/asomiyapratidin/media/media_files/2025/04/20/An86t0Qc67UIfEBjdSDv.jpg)
ডিজিটেল ডেস্কঃ আই চি ইউত চিকিৎসাধীন পুত্ৰক এৰি থৈ বেলতলাৰ ড্ৰিম হস্পিতালৰ পৰা কিবা কামত ওলাই আহি কিছুদুৰ যোৱাৰ পিছত পুনৰ হস্পিতাললৈ ওভতি যাবলৈ ভুল বাটে যোৱাৰ ফলত খেলিমেলি লাগে জয় দাসৰ।
গুৱাহাটীত ঘূৰা-ফুৰা কৰাৰ অভিজ্ঞতা নথকা জয় দাসে খোজকাঢ়ি কাঢ়ি বেলতলাৰ পৰা গৈ উপস্থিত হয় গণেশগুৰিত।ইপিনে হস্পিতালখনৰ নামো মনত নাছিল তেওঁৰ।
লগতে হাতত নাছিল মোবাইল ফোন। ফলত উপায়ন্তৰ হৈ নিশা নৈশ বাছেৰে আহি পুৱতি নিশা প্ৰায় ৩ বজাত ঘাঁহিগাঁৱৰ ঘৰ পায়হি জয় দাস।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us