New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/6431eb4a-c9d1-4172-8db8-9f99f9d563b7/pic_eimuhurtor_khobor_copy.jpg)
TEZPUR
তেজপুৰত সংঘটিত হৈছে এক অঘটন।
এজন সেনা জোৱানে কৰিলে আত্মহত্যা।
আত্মহত্যা কৰা জোৱানজন পঞ্জাৱৰ বুলি জানিব পৰা গৈছে।
জোৱানজনক পঞ্জাৱৰ অমৃত পাল সিং বুলি চিানাক্ত।
সেনাৰ চুৰ্থ ক’ৰৰ জোৱান আছিল অমৃত পাল সিং।
বন্দুকেৰে গুলায়ীই আত্মহত্যা কৰিলে জোৱানজনে।
অৱশ্যে তেওঁ কিয় এই পথা বাচি ল’লে সেই কথা এতিয়াও জানিব পৰা হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us