New Update
/asomiyapratidin/media/media_files/2025/07/04/breaking-news-2025-07-04-10-20-20.jpg)
- মাজুলীত জাপানীজ এনকেফেলাইটিছৰ ভয়ংকৰ প্রাদুৰ্ভাৱ
- জাপানীজ এনকেফেলাইটিছত আক্রান্ত হৈ মৃত্যু এটি শিশুৰ
- মৃত ১০বছৰীয়া শিশুটিৰ নাম বাৰ্বী পায়েং
- মাজুলীৰ প্রায় ১১খনকৈ গাঁৱত ডেংগু, মেলেৰীয়াৰো প্রাদুৰ্ভাৱ
- এই পৰ্যন্ত ১২ হাজাৰৰো অধিক লোকৰ তেজৰ নমুনা সংগ্রহ