/asomiyapratidin/media/media_files/2024/11/29/2un2e80tP9924dqeay7A.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ দক্ষিণাঞ্চলত বনৰীয়া হাতীৰ সামন্তৰাৰকৈ চলিছে বনৰীয়া গাহৰিৰ তাণ্ডৱ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা নিশা ওলাই অহা বনৰীয়া গাহৰিয়ে আঞ্চলটোৰ বিষ্ণুপুৰ,বটিয়াৰুকা,খলিহামাৰিকে ধৰি বিভিন্ন স্থানত খান্দি কুৰি খেচিগুলি তহিলং কৰিছে শয্যৰ পথাৰ।আলু,সৰিয়হ তলিৰ লগতে ধাননি পথাৰতো বনৰীয়া গাহৰিয়ে চলাইছে উপদ্ৰৱ। বনৰীয়া গাহৰিৰ উপদ্ৰৱে ৰোধৰ ক্ষেত্ৰত বনবিভাগ ব্যৰ্থ হোৱাল অভিযোগ তুলিছে স্থানীয় ৰাইজে।