/asomiyapratidin/media/media_files/2025/09/06/cxzczxxzx-2025-09-06-11-21-53.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ চতিয়াৰ কৰৈয়নীৰ পেট্ৰল পাম্পৰ সন্মুখত শুকুৰবাৰে সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা। মটৰ চাইকেলৰ লগত এখন ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষৰ ফলত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ছাইদুল ইছলাম নামৰ যুৱকজন।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/06/whatsapp-image-2025-09-06-11-21-08.jpeg)
যুৱকজনক ততাতৈয়াকৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰাথ্যমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/06/whatsa-2025-09-06-11-21-37.jpeg)
পিছে চিকিৎসাধীন অৱস্থাতে কৰুণ মৃত্যুক সাৱটি লয় ছাইদুল ইছলামে। যুৱকজনৰ মৃত্যুত অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us