/asomiyapratidin/media/media_files/2025/02/18/ODrEDtNw74OgK9BvFags.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটাঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান জ্বলোৱাক লৈ টাই আহোম যুৱ পৰিষদৰ বিৰুদ্ধে জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেজপুৰ জিলা শাখাৰ ৷
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক চিহ্ন আৰু সংবিধানৰ প্ৰতিলিপি দাহ কৰা কাৰ্য্যক তীব্ৰ বিৰোধিতা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেজপুৰ জিলা শাখাৰ ৷
তেজপুৰ জিলা শাখা আৰু জামুগুৰিহাট আঞ্চলিকৰ প্ৰায় দুশৰো অধিক বিষয়ববীয়াই জামুগুৰি আৰক্ষী থানাত আজি টাইপাৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ ৷