New Update
/asomiyapratidin/media/media_files/2026/01/14/image-11-2026-01-14-23-13-53.png)
- জামুগুৰিহাটৰ মাজমজিয়াত নিশা ভয়ংকৰ অগ্নিকাণ্ড
- হনুমান মন্দিৰৰ কাষত সংঘটিত হয় এই অগ্নিকাণ্ড
- লখন চৌহান নামৰ এগৰাকী লোকৰ বাসগৃহত লাগিল জুই
- দিন হাজিৰা কৰি কোনো মতে ঘৰ চলাইছিল লখন চৌহানে
- বাসগৃহৰ ভিতৰত জুইৰ উম লৈ শুই থকা অৱস্থাতে জুইৰ ফিৰিঙতিৰপৰা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড
- দুই সচেতন যুৱকৰ তৎপৰতাত কথমপি ৰক্ষা পৰে কাষৰীয়া বাসগৃহসমূহ
- দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ নিৰ্বাপন কৰে জুই
- অগ্নিকাণ্ড সংঘটিত হোৱা বাসগৃহটি অস্থায়ীভাৱে নিৰ্মাণ কৰি লৈছিল লখন চৌহানে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us