New Update
/asomiyapratidin/media/media_files/2026/01/04/rfwerwqewqeq-2026-01-04-21-56-19.jpg)
- জামুগুৰিহাটৰ খলিহামাৰীত অঘটন
- গছৰ পৰা পৰি মৃত্যু এজন ব্যক্তিৰ
- মৃত ব্যক্তিজনৰ নাম হৰেণ বৰ্মন
- গছৰ ডাল কাটি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা
- গছৰ পৰা পৰি গুৰুত্বৰভাৱে আঘাটপ্ৰাপ্ত হৈছিল হৰেণ বৰ্মন
- ততাতৈয়াকৈ হৰেণ বৰ্মনক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত
- চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয় ব্যক্তিজনে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us