জামুগুৰিহাটত নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰিল ডাম্পাৰঃ আহত ২

দুয়োজনকে ততাতৈয়াকৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ ৷ AS-12-AC-8256 নম্বৰৰ ডাম্পাৰ খন টুপিয়াৰ পৰা বালিপৰা অভিমুখী আছিল ৷

author-image
Asomiya Pratidin
New Update
mnnnnnnnnnnn
  • জামুগুৰিহাটৰ জীয়াভৰলী দলঙৰ কাষৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷
  • নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ খাৱৈত বাগৰি পৰিল মাটি ভৰ্তি ডাম্পাৰ ৷
  • চালক সহ হেন্দিমেন গুৰুতৰ ভাবে আহত ৷
  • দুয়োজনকে ততাতৈয়াকৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ ৷
  • AS-12-AC-8256 নম্বৰৰ ডাম্পাৰ খন টুপিয়াৰ পৰা বালিপৰা অভিমুখী আছিল ৷
জামুগুৰিহাট