/asomiyapratidin/media/media_files/2025/08/22/ddsdsdsdsdds-2025-08-22-15-59-00.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰৰ খেলমাটিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৰখাই থোৱা এখন এএছ১২-ইউ-৫৬৩২ নম্বৰৰ বাহনত ভাৰতীয় সেনা বাহিনীৰ এখন জীপচিয়ে খুন্দা মৰাৰ ফলত প্ৰায় ১০ গৰাকীকৈ পুৰুষ আৰু মহিলা গুৰুতৰভাবে আহত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/22/capturefffff-2025-08-22-16-02-22.jpg)
আহত হোৱা আটাইকেইজনকে প্ৰথমাৱস্থাত বালিপৰা প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ নিয়া হয় যদিও ইয়াৰে চাৰিজনৰ অৱস্থা সংকটজনক দেখি চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us