New Update
/asomiyapratidin/media/media_files/2025/02/15/8m7dK3xS5gLA2M1bvRcv.jpg)
- জামুগুৰিহাটৰ পাতলৰচুকৰ সমীপৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা
- থিতাতে নিহত কোচগাঁৱৰ মুকুত মহন্ত নামৰ এজন লোক
- এখন তীব্ৰবেগী টাটা হাৰিয়াৰে মহতিয়াই নিয়াৰ ফলত থিতাতে মৃত্যু হয় ব্যক্তিজনৰ
- পথ দুৰ্ঘটনাৰ পাছতে উত্তপ্ত হৈ পৰে অঞ্চলটো
- একাংশ লোকে অৱৰোধ কৰে চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ।
- ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ
- দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ নম্বৰ AS -07-W- 8993