জামুগুৰিহাটত দুখন বাহনৰ মুখামুখি সংঘৰ্ষঃ আহত ৩ জন...

গুৰুতৰভাৱে আহত মহিলা দুগৰাকী জামুগুৰিহাটৰ টলকাবাৰী গাঁৱৰ মামু হাজৰিকা আৰু মুনু দাস বুলি জানিব পৰা গৈছে৷ আহত আটাইকে ১০৮ এম্বুলেঞ্চৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণ৷

author-image
Asomiya Pratidin
New Update
55
  • জামুগুৰিহাটৰ শান্তিপুৰস্থিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা
  •  AS-02-AE-3750 নম্বৰৰ এল্ট’ বাহন আৰু AS-12-R-8342 নম্বৰৰ স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ
  • গুৰুতৰভাৱে আহত দুই মহিলা স্কুটি আৰোহীৰ লগতে এল্ট’খনৰ চালক
  • মহিলা দুগৰাকী জামুগুৰিহাটৰ টলকাবাৰী গাঁৱৰ মামু হাজৰিকা আৰু মুনু দাস
  • আহত আটাইকে ১০৮ এম্বুলেঞ্চৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণ
জামুগুৰিহাট