মুখ্য-পৃষ্ঠা ৰাষ্ট্ৰীয় জম্মু-কাশ্মীৰত গ্রেণেড বিস্ফোৰণ, দুজন সেনা জোৱানৰ মৃত্যু… জম্মু-কাশ্মীৰত গ্রেণেড বিস্ফোৰণ, দুজন সেনা জোৱানৰ মৃত্যু… asomiyapratidin 18 Jul 2022 12:01 IST Follow UsNew Updateজম্মু-কাশ্মীৰৰ পুঞ্জত গ্রেণেড বিস্ফোৰণ।বিস্ফোৰণত দুজন সেনা জোৱানৰ মৃত্যু।মৃত্যু হোৱা সেনা জোৱান দুজন কেপ্তেইন আনন্দ আৰু ভগৱন্ত সিং।দুৰ্ঘটনাবশত হয় এই গ্ৰেণেড বিস্ফোৰণ।সোমবাৰে এই তথ্য জনাই সেনা বাহিনীয়ে। blast dead Jammu Kashmirআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক