New Update
/asomiyapratidin/media/media_files/2025/11/09/164-2025-11-09-12-48-47.jpg)
- লংকাত জলজীৱন আঁচনিৰ নামত প্ৰহসন।
- আঁচনি আছে নাই বিশুদ্ধ পানী।
- হোজাই জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনস্থ লংকাৰ পশ্চিম উদালিৰ দুই নং ৰামনগৰ জলজীৱন মিছনৰ আঁচনিত নাই পানী।
- আচঁনিৰখনৰ পৰা উপকৃত হোৱা নাই গাওঁবাসী।
- আঁচনিখনৰ কাষৰ একাংশ লোকে পানী পাইছে যদিও খোৱাৰ উপযোগী নহয়।
- গাঁওখনৰ অধিকাংশ লোক বঞ্চিত এই খোৱাপানী যোগান আচঁনিৰ পৰা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us