/asomiyapratidin/media/media_files/2025/12/10/whatsapp-image-2025-12-10-10-01-11.jpeg)
ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াৰ জাকার্টাত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ ২২ গৰাকী লোকৰ মৃত্যু। আন কেইবাগৰাকী লোক আহত হোৱাৰ খবৰ লাভ কৰা গৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/10/76fd1a70-f9af-42e6-af85-4c8fc289043a-2025-12-10-09-57-07.jpg)
উল্লেখ্য যে, এটা ৭ মহলীয়া অট্টালিকাত লাগে জুই । অট্টালিকাটোৰ প্রথম মহলাত জুইৰ সূত্ৰপাত। নিমিষতে জুয়ে ধাৰণ কৰে ভয়ংকৰ ৰূপ। প্ৰথম মহলাত মজুত ৰখা বেটাৰীৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ। বহু সময়ৰ পাছত অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/10/image-16-2025-12-10-09-57-25.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us