New Update
/asomiyapratidin/media/media_files/2025/08/12/breaking-news-2025-08-12-18-54-41.jpg)
- নিশা নগাঁও জিলাৰ জাজৰিৰ বগৰিগুৰিত ভয়ংকৰ ঘটনা
- নিজ ভাতৃয়ে লাখুটিৰে কোবাই হত্যা কৰিলে ককায়েকক।
- মৃত ককায়েকৰ নাম চুৰেন হীৰা।
- হত্যাকাৰী ভাতৃ পদুম হীৰা ।
- পাৰিবাৰিক কন্দলৰ বাবেই সংঘটিত হয় এই নৃশংস হত্যাকাণ্ডৰ ঘটনা ।
- ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্হা কৰে ।
- আৰু নিশাই আৰক্ষীয়ে অভিযান চলাই পলাতক অৱস্থাত থকা হত্যাকাৰী ভাতৃক পদুম হীৰাক আটক কৰে।
- ঘটনা সন্দৰ্ভত সমগ্ৰ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে