New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-4.jpg)
- বৃহস্পতিবাৰে আস্থা ভোটৰ সন্মুখীন হ'ব লাগিব মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰে চৰকাৰ।
- আজি এই ৰায় দিয়ে উচ্চতম ন্যায়ালয়ে।
- এই মুহুৰ্তত কাৰাগাৰত থকা মহাৰাষ্ট্ৰৰ বিধায়ক নবাব মালিক আৰু অনিল দেশমুখে দিব পাৰিব ভোট।
- উচ্চতম ন্যায়ালয়ে দিছে এই নিৰ্দেশ।
- কাইলৈ সিদ্ধান্ত হ'ব কি হয় মহাৰাষ্ট্ৰৰ চৰকাৰৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us