Advertisment

প্ৰয়াগৰাজৰ পৰা উভতাৰ পথত অঘটন! থিতাতে নিহত ৭

প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাৰ পৰা উভতাৰ পথত জবলপুৰ সিহৌৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ট্ৰাকৰ সৈতে ট্ৰেভেলাৰ বাহনৰ হোৱা মুখামুখি সংঘৰ্ষত নিহত হৈছে ৭গৰাকী লোক।

author-image
Asomiya Pratidin
New Update
 প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাৰ পৰা উভতাৰ পথত জবলপুৰ সিহৌৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ট্ৰাকৰ সৈতে ট্ৰেভেলাৰ বাহনৰ হোৱা মুখামুখি সংঘৰ্ষত নিহত হৈছে ৭গৰাকী লোক।

ট্ৰাকৰ সৈতে ট্ৰেভেলাৰ বাহনৰ হোৱা মুখামুখি সংঘৰ্ষত নিহত হৈছে ৭গৰাকী লোক

ডিজিটেল ডেস্কঃ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাৰ পৰা উভতাৰ পথত জবলপুৰ সিহৌৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ট্ৰাকৰ সৈতে ট্ৰেভেলাৰ বাহনৰ হোৱা মুখামুখি সংঘৰ্ষত নিহত হৈছে ৭গৰাকী লোক। দুৰ্ঘটনাস্থলীতে থিতাতে নিহত হোৱা আটাইকেইগৰাকী যাত্ৰী অন্ধ্ৰপ্ৰদেশৰ বুলি সদৰি কৰিছে প্ৰশাসনে। 

Advertisment

নিহত ৭গৰাকী লোকৰ ঘৰ অন্ধ্ৰপ্ৰদেশ ৰঙ্গাৰেড্ডী গাঁৱত। ট্ৰেভেলাৰ খনত মুঠ ১৫গৰাকী যাত্ৰী আছিল। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুগৰাকী লোকক ভৰ্তি কৰা হৈছে হস্পাতালত। প্ৰশাসনে সদৰি কৰা অনুসৰি মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। 

মহাকুম্ভ মেলা