মুখ্য-পৃষ্ঠা ৰাষ্ট্ৰীয় আজি মহাকাশলৈ প্ৰক্ষেপ PSLV-C 43 আজি মহাকাশলৈ প্ৰক্ষেপ PSLV-C 43 asomiyapratidin 29 Nov 2018 09:15 IST Follow UsNew UpdateISRO-এ আজি মহাকাশলৈ প্ৰক্ষেপ কৰিব PSLV-C 43 ।ভাৰতীয় উপগ্ৰহ HysISৰ লগতে আন ২৯টা উপগ্ৰহ কঢ়িয়াই নিব PSLV-C 43-এ।ইয়াৰে ২৩টা উপগ্ৰহ আমেৰিকাৰ।পুৱা ৯.৫৮ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা প্ৰক্ষেপণ কৰা হ'ব PSLV-C43 ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক