মুখ্য-পৃষ্ঠা ৰাষ্ট্ৰীয় বুধবাৰে নিক্ষেপ কৰা হ’ব ইছৰ’ৰ নতুন উপগ্ৰহ বুধবাৰে নিক্ষেপ কৰা হ’ব ইছৰ’ৰ নতুন উপগ্ৰহ asomiyapratidin 18 Dec 2018 20:30 IST Follow UsNew Updateবুধবাৰে ইছৰ'ই মহাকাশলৈ নিক্ষেপ কৰিব নতুন উপগ্ৰহ।কমিউনিকেশ্যন ছেটেলাইট জিএছএলভি-এফ ১১ নামৰ ছেটেলাইটতো নিক্ষেপ কৰা হ'ব।শ্ৰীহৰিকোটাৰ সতীশ ধৱন স্পেচ চেন্টাৰৰ পৰা নিক্ষেপ কৰা হ'ব ছেটেলাইটতো।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক