New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/agrani-news.jpg)
- দেওবাৰে ইছৰ'ই মহাকাশলৈ উত্ক্ষেপণ কৰিব নতুন উপগ্ৰহ।
- উত্ক্ষেপণ কৰা হ'ব এমছেট উপগ্ৰহসহ ২৮টা আন্তঃৰাষ্ট্ৰীয় কৃত্ৰিম উপগ্ৰহ।
- শ্ৰীহৰিকোটৰ সতীশ ধৱন মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা উত্ক্ষেপণ কৰা হ'ব উপগ্ৰহকেইটা।
- এই কাৰ্যৰ বাবে ইতিমধ্যে সাজু কৰা হৈছে সকলো।
- উত্ক্ষেপণৰ বাবে সাজু কৰা ২৮টা উপগ্ৰহৰ ভিতৰত আছে লিথুৱানিয়া, স্পেইন, ছুইজাৰলেণ্ড আৰু আমেৰিকাৰ কৃত্ৰিম উপগ্ৰহো।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us