/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/EAEfEY5WsAAoy5m.jpg)
ডিজিটেল ডেস্কঃ ২বাজি ৪৩ মিনিটত সফলভাৱে উৎক্ষেপন কৰা হ'ল চন্দ্ৰযান-২। উৎক্ষেপনৰ পাছতে ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থাৰ মুৰব্বী কে শিৱনে সংবাদ মেল সম্বোধন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/EAEg8O-X4AAvWYV.jpg)
তেও কয়- চন্দ্ৰযানৰ প্ৰক্ষেপন সফল হ'ল। ইয়াৰ বাবে মই সকলোকে জনাইছো অশেষ ধন্যবাদ। লগতে তেও কয়- চন্দ্ৰযান-২ ৰ এই যাত্ৰা ভাৰতৰ বাবে এক ঐতিহাসিক যাত্ৰা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/EAEfEY5WsAAoy5m.jpg)