New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/mission-chandrajan-live.jpg)
- মাজত মাথো বাকী কেইটামান মিনিট।
- কিছু সময়ৰ পিছতে চন্দ্ৰপৃষ্ঠ চুমিব চন্দ্ৰযান-২য়ে।
- ইছৰ'ৱে এই অভিযানক লৈ কিছু সময়ৰ পূৰ্বে কৰিছে টুইট।
- ১.১৫ বজাৰ পৰা লাইব ষ্ট্ৰিমিং অন কৰিব ইছৰ'ৱে।
- ১.৫৩ মিনিটৰ ভিতৰত চন্দ্ৰযান-২ৰ এই জটিল প্ৰক্ৰিয়া সমাপন হোৱাৰ সম্ভাৱনা আছে।
- এই বিৰল মুহুৰ্তৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক কৰিব পাৰে সম্বোধন।