হিজবুল্লাৰ ঘাটিত ইজৰাইলৰ ভয়ংকৰ আক্রমণ

মধ্য প্রাচ্যত অব্যাহত যুদ্ধৰ বিভীষিকা। হিজবুল্লাৰ ঘাটিত ইজৰাইলৰ ভয়ংকৰ আক্রমণ। হিজবুল্লাৰ কেইবাটাও ঘাটি ধ্বংস এই আক্রমণত।

author-image
Asomiya Pratidin
New Update
fgewfewfrefde
  • মধ্য প্রাচ্যত অব্যাহত যুদ্ধৰ বিভীষিকা
  • হিজবুল্লাৰ ঘাটিত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
  • হিজবুল্লাৰ কেইবাটাও ঘাটি ধ্বংস এই আক্রমণত
  • এই আক্ৰমণত এই পৰ্যন্ত প্ৰায় ৩১ জনৰ মৃত্যুৰ খবৰ
  • বেইৰুটতো মিছাইলেৰে আক্রমণ ইজৰাইলৰ 
  • চৌদি আৰৱৰ ৰিয়াধত আমেৰিকাৰ দূতাৱাসত আক্রমণ ইৰানৰ
  • ইৰানৰ আক্রমণৰ পিছতে ক’লা ধোঁৱাই আৱৰি ধৰে দূতাৱাসটো
  • আনফালে আমেৰিকাৰ নাগৰিকৰ বাবে বিশেষ নিৰ্দেশনা জাৰি
  • ইজৰাইলকে ধৰি মধ্য প্রাচ্যৰ দেশ ত্যাগ কৰাৰ নিৰ্দেশ আমেৰিকাৰ
ইৰাণ ইজৰাইল যুদ্ধ ইজৰাইল