Advertisment

গুৱাহাটীৰ ISBTত বোমাতংক, বন্ধ কৰি দিয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথ...

বেহাৰবাৰীৰ পিছত এইবাৰ আই এছ বি টিত বোমাতংক।  বোমা স্কোৱাডে চলাইছে অভিযান। বন্ধ কৰি দিয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথ। ফুটপাথত থকা এখন ঘুমটি দোকানত বিস্ফোৰক সামগ্ৰী থকাৰ সন্দেহ।

author-image
Asomiya Pratidin
New Update
বোমাতংক

বোমাতংক Photograph: (বোমাতংক)

  • বেহাৰবাৰীৰ পিছত এইবাৰ আই এছ বি টিত বোমাতংক। 
  • বোমা স্কোৱাডে চলাইছে অভিযান।
  • বন্ধ কৰি দিয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথ।
  • ফুটপাথত থকা এখন ঘুমটি দোকানত বিস্ফোৰক সামগ্ৰী থকাৰ সন্দেহ।
  • সন্দেহজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ঘটনাস্থলীত অধিক নিৰাপত্তাৰক্ষী মোতায়েন।
  • ইফালে পুৱাৰ ভাগতে বেহাৰবাৰীত বিস্ফোৰিত হৈছিল ৰহস্যজনক বিস্ফোৰণ।
  • বেহাৰবাৰীত সংঘটিত হয় এই বিস্ফোৰণৰ শব্দ।
  • গণৰাজ্য দিৱসৰ পুৱাই হোৱা ৰহস্য জনক বিস্ফোৰণৰ পিছতেই আতংকিত হৈ পৰিছে অঞ্চলবাসী।
  • ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ পৰীক্ষা কৰে অঞ্চলটো।
  • এতিয়াও স্পষ্ট হোৱা নাই বিস্ফোৰণৰ কাৰণ। 
গণৰাজ্য দিৱস