ইৰাণৰ নাটাঞ্জ পাৰমাণৱিক ক্ষেত্র ক্ষতিগ্রস্ত

ইজৰাইল-আমেৰিকাৰ আক্রমণ ইৰানৰ পাৰমাণৱিক ক্ষেত্রত। নাটাঞ্জ পাৰমাণৱিক ক্ষেত্র ক্ষতিগ্রস্ত কৰে ইজৰাইল-আমেৰিকাই।

author-image
Asomiya Pratidin
New Update
NATANZZZ
  • ইজৰাইল-আমেৰিকাৰ আক্রমণ ইৰানৰ পাৰমাণৱিক ক্ষেত্রত।
  • নাটাঞ্জ পাৰমাণৱিক ক্ষেত্র ক্ষতিগ্রস্ত কৰে ইজৰাইল-আমেৰিকাই।
  • ভূপতিত হৈছে আমেৰিকাৰো ৩খন F-15 ফাইটাৰ জেট।
  • ভুলবশতঃ কুৱেইটে যুদ্ধ বিমান কেইখনত কৰিছিল আক্রমণ।
  • এই তথ্য সদৰী কৰিছে আমেৰিকাৰ সেনাই।
  • হৰমুজ প্রণালীত ষষ্ঠখন তেল পৰিবাহী জাহাজত আক্রমণ।
  • ইৰানে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে হৰমুজ প্রণালী।
ইৰাণ