/asomiyapratidin/media/media_files/2025/01/12/cYGdQEHp4So7OXu72XaZ.jpg)
ঘোষণা হ’ল আইপিএল-২০২৫ৰ দিন... Photograph: (ঘোষণা হ’ল আইপিএল-২০২৫ৰ দিন...)
- দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত ঘোষণা হ’ল আইপিএল-২০২৫ৰ দিন।
- দেওবাৰে বিচিচিআই-এ ঘোষণা কৰে দিন।
- ২০২৫ৰ ২৩ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব এইবৰ্ষৰ ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ।
- আজি এই ঘোষণা কৰে বিচিচিআইৰ Vice-President ৰাজীৱ শুক্লাই।
-
দেওবাৰে মুম্বাইত অনুষ্ঠিত বিচিচিআইৰ এখন বিশেষ সাধাৰণ সভাৰ পাছত শুক্লাই কৰে এই ডাঙৰ ঘোষণা।
-
ৰাজীৱ শুক্লাই উদ্বোধনী খেলৰ লগতে ২৫ মে’ত অনুষ্ঠিত হ’বলগীয়া ফাইনেলৰ তাৰিখো নিশ্চিত কৰে।