New Update
/asomiyapratidin/media/media_files/2025/06/03/Ei1efFgsRGa7gmVkZDVY.jpg)
- ৭-৩০ বজাৰ লগে লগে অনুষ্ঠিত হ’ব আই পি এল- ২০২৫ৰ ফাইনেল মেচ।
- আহমেদাবাদত অনুষ্ঠিত ফাইনেল মেচত ভাগ লৈছে দুই মহাশক্তি আৰ চি বি বনাম পঞ্জাৱ কিংছ।
- ইতিমধ্যে সম্পন্ন হৈছে উভয় দলৰ টছ।
- টছত জয়ী হৈ ফিল্ডিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পঞ্জাৱৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে।
- আৰ চি বিক পোনতে বেট ধৰিবলৈ আমন্ত্ৰণ প্ৰতিপক্ষ পঞ্জাৱৰ।
- ফাইনেল মেচ উপভোগ কৰিবলৈ ষ্টেডিয়ামৰ বাহিৰত ভিৰ বাঢ়িছে অনুৰাগীৰ।
- উভয় দলৰ অনুৰাগী -সমৰ্থকেৰে ভৰি পৰিছে নৰেন্দ্ৰ মোডী ষ্টেডিয়াম।