কচুৱা তিনিআলি পৰিবহণ শ্ৰমিক সন্থাৰ উদ্যোগত আন্তঃৰ্জাতিক শ্ৰমিক দিৱস পালন

আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস। সমগ্ৰ বিশ্বৰ লগতে নগাঁও জিলাৰ কচুৱাতো পালন কৰা হৈছে আন্তঃৰ্জাতিক শ্ৰমিক দিৱস

author-image
Asomiya Pratidin
New Update
কচুৱা তিনিআলি পৰিবহণ শ্ৰমিক সন্থাৰ উদ্যোগত আন্তঃৰ্জাতিক শ্ৰমিক দিৱস পালন

ডিজিটেল সংবাদ, কামপুৰ : আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস। সমগ্ৰ বিশ্বৰ লগতে নগাঁও জিলাৰ কচুৱাতো পালন কৰা হৈছে আন্তঃৰ্জাতিক শ্ৰমিক দিৱস। 

উল্লেখযোগ্য যে, কচুৱা তিনিআলি পৰিবহণ শ্ৰমিক সন্থাৰ উদ্যোগত পুৱাৰে পৰা দিনযোৱা কাৰ্যসূচীৰে শ্ৰমিক দিৱস  উদযাপন কৰা হৈছে। আন্তঃৰ্জাতিক শ্ৰমিক দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি পুৱাৰ ভাগত কচুৱা তিনিআলি পৰিবহণ শ্ৰমিক সন্থাৰ কাৰ্যালয়ত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

আন্তৰ্জাতিক শ্ৰমিক দিৱস