New Update
/asomiyapratidin/media/media_files/2026/02/17/image-36-2026-02-17-11-22-58.png)
- পঞ্চদশ অসম বিধানসভাৰ অন্তিম অধিৱেশনৰ আজি দ্বিতীয় দিন
- প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হ'ল সদনৰ কাম-কাজ
- আজি পূৰ্ণাংগ বাজেটৰ সলনি সদনত দাখিল কৰিব লেখানুদান
- বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেটৰ লেখানুদান
- আগন্তুক বিত্তীয় বৰ্ষৰ ৪ মাহৰ বাবে উত্থাপন কৰিব লেখানুদান
- ২০২৬ ৰ এপ্ৰিলৰ পৰা জুলাই মাহলৈকে প্ৰযোজ্য হ'ব এই লেখানুদান
- নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বহুকেইটা আকৰ্ষণীয় ঘোষণাৰ সম্ভাৱনা
- ৰাজ্যপালৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভতো সদনত বিতৰ্ক
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us