কামপুৰৰ বৃহত্তৰ ভোগালী উৎসৱৰ লাই খুঁটা স্থাপন....

এইবাৰ ১৪ জানুৱাৰীৰ পৰা ছয় দিনীয়াকৈ অনুষ্ঠিত হ'ব বৃহত্তৰ কামপুৰ ভোগালী উৎসৱটি। উল্লেখ্য যে এইবাৰ কপিলী উপত্যকা বঁটা মৰোণোত্তৰ ভাৱে প্ৰদান কৰিব জনপ্ৰিয় সংগীত শিল্পী তথা গণশিল্পী সূৰ্য দাসক।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, কামপুৰঃচতুৰ্থ বৰ্ষত ভৰি দিয়া কামপুৰৰ ভোগালী মেলাৰ লাই খুঁটা স্থাপন কৰা হয়। সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰ লগতে মাংগলিক কৰ্যসূচীৰে মাধৱ কন্দলী সমন্বয় ক্ষেত্ৰত স্থাপন কৰা হয় লাই খুঁটা। লাই খুঁটা স্থাপন কৰে শ্ৰী মন্ত শংকৰ দেৱ সংঘৰ কামপুৰৰ জিলা শাখাৰ সভাপতি মুনিন্দ্ৰ নাথ বৰাই।

এইবাৰ ১৪ জানুৱাৰীৰ পৰা ছয় দিনীয়াকৈ অনুষ্ঠিত হ'ব বৃহত্তৰ কামপুৰ ভোগালী উৎসৱটি। উল্লেখ্য যে এইবাৰ কপিলী উপত্যকা বঁটা মৰোণোত্তৰ ভাৱে প্ৰদান কৰিব জনপ্ৰিয় সংগীত শিল্পী তথা গণশিল্পী সূৰ্য দাসক।

কামপুৰ