কচুৱাত ইছতেমাৰ লাই খুঁটা স্থাপন......

মধ্য অসমৰ নঁগাও জিলাৰ কচুৱাত অনুষ্ঠিত হ'ব ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ বৃহৎ অনুষ্ঠান ইজতেমা। ২০২৫ বৰ্ষৰ ৯,১০ আৰু ১১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব  ইছতেমা ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,কামপুৰঃ আগন্তুক বৰ্ষত কচুৱাত অনুষ্ঠিত হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ইছতেমা । সেই উপলক্ষে বুধবাৰে কচুৱাত স্থাপন কৰা হয় লাই খুঁটা ।

Advertisment

মধ্য অসমৰ নঁগাও জিলাৰ কচুৱাত অনুষ্ঠিত হ'ব ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ বৃহৎ অনুষ্ঠান ইজতেমা। ২০২৫ বৰ্ষৰ ৯,১০ আৰু ১১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ' ইছতেমা ।

আজি লাই খুঁটা স্থাপন কাৰ্যসূচীত  হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ লগতে মুফতি আব্দুল কৰিমৰ লগতে আলিম উলামা সকল উপস্থিত থাকে।

সমাজ সংস্কাৰৰ উদ্দেশ্য আগত ৰাখি অনুস্থিত হ'ব লগা এই ধৰ্মীয় অনুষ্ঠানত সকলোৰে সহায়-সহযোগ কামনা কৰিছে উদ্যোক্তাসকলে।

কামপুৰ