মুখ্যমন্ত্ৰীক সাক্ষাৎ GMCH ত মৃত্যু হোৱা শিশুটিৰ পৰিয়ালৰ

GMCH ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ মহানগৰ আৰক্ষীৰ। আৰক্ষীয়ে আটক কৰিছে কৰ্তব্য়ৰত নাৰ্ছ ভানুপ্ৰিয়া মিছঙক। GMCH ৰ অধীক্ষক-চিকিৎসকৰ বিৰুদ্ধে তদন্তৰ দাবী কৰে পৰিয়ালটোৱে

author-image
Asomiya Pratidin
New Update
dangor-khobr
  • GMCH ত মৃত্যু হোৱা শিশুটিৰ পৰিলে সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীক
  • GMCH ৰ অধীক্ষক-চিকিৎসকৰ বিৰুদ্ধে তদন্তৰ দাবী কৰে পৰিয়ালটোৱে
  • তদন্তৰ ক্ষেত্ৰত হেমাহি কৰাৰো অভিযোগ ভুক্তভোগী পৰিয়ালৰ
  • এজাহাৰত দুজনকৈ চিকিৎসকৰ নাম উল্লেখ কৰা পাছতো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ
  • পৰিয়ালটোক ক্ষিপ্ৰতাৰে তদন্তৰ আশ্বাস প্ৰদান মুখ্যমন্ত্ৰীৰ
  • ১০০ শতাংশ সুস্থ নোহোৱালৈ GMCH তে চিকিৎসা চলিব মাতৃগৰাকীৰ
জিএমচিএইচ