লক্ষ্ণৌত ইণ্ডিগ'ৰ বিমানৰ জৰুৰী অৱতৰণ

বিমানখনত বোমা সংস্থাপন কৰা আছে বুলি খবৰ দিছিল এক অজ্ঞাত সূত্ৰই। তাৰ পাছতে জৰুৰীভাৱে অৱতৰণ কৰে বিমানখনে ।

author-image
Asomiya Pratidin
New Update
1
  • লক্ষ্ণৌত ইণ্ডিগ'ৰ বিমানৰ জৰুৰী অৱতৰণ 
  • বিমানখনৰ নম্বৰ 6E 6650
  • দিল্লীৰ পৰা শিলিগুড়িৰ অভিমুখে আহি আছিল বিমানখন 
  • বিমানখনত বোমা সংস্থাপন কৰা আছে বুলি খবৰ দিছিল এক অজ্ঞাত সূত্ৰই
  • তাৰ পাছতে জৰুৰীভাৱে অৱতৰণ কৰে বিমানখনে IndiGo to cut 10% of flights as airline ...

ইণ্ডিগ’ বিমান