New Update
/asomiyapratidin/media/media_files/2025/06/13/QDl5RwZP9ogmbmWVRctK.jpg)
- নগাঁৱত ভস্মীভূত ইণ্ডিকা বাহন।
- নগাঁও জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত এই ঘটনা।
- উৎকট গৰমৰ বাবে ইঞ্জিন বিকল হৈ ভস্মীভূত হোৱাৰ আশঙ্কা ৰাইজৰ।
- অৱশ্যে কিছুমূহুৰ্তৰ পাছতে অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই।
- ভস্মীভূত হোৱা বাহন খনৰ নম্বৰ AS 02 H 9636 ।