পাকিস্তানৰ ধাৰাবাহিক গুলীবৰ্ষণৰ যোগ্য প্ৰত্যুত্তৰ ভাৰতৰ

ভাৰতীয় সেনাৰে ফেপেৰি পাতি মাজনিশাই কঁকাল বেকা হ’ল পাকিস্তানৰ। পাকিস্তানৰ ধাৰাবাহিক গুলীবৰ্ষণৰ যোগ্য প্ৰত্যুত্তৰ ভাৰতীয় সেনাৰ ।

author-image
Asomiya Pratidin
New Update
পাকিস্তানৰ ধাৰাবাহিক গুলীবৰ্ষণৰ যোগ্য প্ৰত্যুত্তৰ ভাৰতৰ

পাকিস্তানৰ ধাৰাবাহিক গুলীবৰ্ষণৰ যোগ্য প্ৰত্যুত্তৰ ভাৰতৰ

  • ভাৰতীয় সেনাৰে ফেপেৰি পাতি মাজনিশাই কঁকাল বেকা হ’ল পাকিস্তানৰ।
  • পাকিস্তানৰ ধাৰাবাহিক গুলীবৰ্ষণৰ যোগ্য প্ৰত্যুত্তৰ ভাৰতীয় সেনাৰ।
  • পি অ’ কেৰ কোটলীত ভাৰতীয় সেনাই প্ৰতিহত পাকিস্তানৰ আক্ৰমণ।
  • ধ্বংস কৰিলে পাকিস্তানৰ ভালেকেইখন ড্ৰোণ।
  • শ্ৰীনগৰ ৩২খন ড্ৰোণ ধ্বংস কৰিলে ভাৰতীয় সেনাই।
ভাৰত পাকিস্তান যুদ্ধ