আধাৰ নহ’লে নাপাব ৰে’লৰ তৎকাল টিকট

এতিয়াৰে পৰা ভাৰতীয় ৰে’ল বিভাগে এক নতুন নিৰ্দেশনা জাৰি কৰিছে। সেই নিৰ্দেশনা অনুসৰি কোনো যাত্ৰীয়ে তৎকাল টিকটৰ বাবে আবেদন কৰিবলৈ হ’লে বাধ্যতামূলক কৰা হৈছে আধাৰকাৰ্ড।

author-image
Asomiya Pratidin
New Update
কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ ৰে'ল সংযোগঃ একত্ৰিত, শক্তিশালী ভাৰতৰ দিশে যুগান্তকাৰী পদক্ষেপ

ডিজিটেল ডেস্ক : এতিয়াৰে পৰা ভাৰতীয় ৰে’ল বিভাগে এক নতুন নিৰ্দেশনা জাৰি কৰিছে। সেই নিৰ্দেশনা অনুসৰি কোনো যাত্ৰীয়ে তৎকাল টিকটৰ বাবে আবেদন কৰিবলৈ হ’লে বাধ্যতামূলক কৰা হৈছে আধাৰকাৰ্ড।

উল্লেখযোগ্য যে, তৎকাল টিকটত হোৱা বিভিন্ন জালিয়াতিৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ৰে’ল বিভাগে। একাংশ যাত্ৰীয়ে অবৈধ, আসোঁৱাহযুক্ত নথি- পত্ৰ জমা দি সংগ্ৰহ কৰে তৎকাল টিকট। গতিকে এই সমস্যা ৰোধৰ বাবে এতিয়াৰে পৰা যাত্ৰীয়ে ই- আধাৰকাৰ্ড দেখুওৱাটো বাঞ্চনীয় বুলি নিৰ্দেশনাত উল্লেখ কৰিছে।

ৰে'ল