ভাৰতে ক্ৰয় কৰিব ৯৭খন যুঁজাৰু বিমান

দেশত নিৰ্মিত ৯৭খন যুঁজাৰু বিমান ক্ৰয়ৰ বাবে কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে ৬২ হাজাৰ কোটি টকা ব্যয়ত অনুমোদন জনায়। এল চি এ মাৰ্ক ১ এ নামৰ যুঁজাৰু বিমান নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে হিন্দুস্তান এৰ’নেটিকছ লিমিটেডে।

author-image
Asomiya Pratidin
New Update
130

ডিজিটেল ডেস্ক : দেশত নিৰ্মিত ৯৭খন যুঁজাৰু বিমান ক্ৰয়ৰ বাবে কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে ৬২ হাজাৰ কোটি টকা ব্যয়ত অনুমোদন জনায়। এল চি এ মাৰ্ক ১ এ নামৰ যুঁজাৰু বিমান নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে হিন্দুস্তান এৰ’নেটিকছ লিমিটেডে।

Advertisment

ইয়াৰ পূৰ্বে ৪৮খন এল চি এ মাৰ্ক ১ এ যুঁজাৰু বিমান ক্ৰয়ৰ বাবে কেন্দ্ৰই ৪৮ হাজাৰ কোটি টকা মোকলাই দিছিল। এই যুঁজাৰু বিমানখিনি লাভৰ পাচত ভাৰতীয় বায়ু সেনাৰ পৰা আওপুৰণি মিগ-২১ যুঁজাৰু বিমানক বিদায় দিয়া হ’ব।

বায়ু সেনা