বৰ্ষাপাৰাত সুন্দৰ আৰম্ভণী ভাৰতৰ...

author-image
Asomiya Pratidin
New Update
বৰ্ষাপাৰাত মহাৰণ ! শৃংখলা দখলৰ লক্ষ্যৰে ভাৰত-দক্ষিণ আফ্ৰিকা...

INDIA

ডিজিটেল ডেস্ক বৰ্ষাপাৰাত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা টি২০ মেচত সুন্দৰ আৰাম্ভণী টীম ইণ্ডিয়াৰ। ভাৰতৰ হৈ অপেনং কৰিবলৈ আহিছিল কে এল ৰাহুল আৰু ৰোহিত শৰ্মাই।

Advertisment

৫ অভাৰত ভাৰতে এটাও ইউকেট নেহেৰোৱাকৈ সংগ্ৰহ কৰিছে ৪৯ ৰাণ।বৰ্ষাপাৰাত দৰ্শকক প্ৰথমটো ৬ উপহাৰ দিলে কে এল ৰাহুলে । কে এল ৰাহুলে ১১ টা বলত ২৫ ৰাণ আৰু ৰোহিত শৰ্মাই ১৯ টা বলত ২১ ৰাণ কৰি বেটিং কৰি আছে।

cricket india INDIA VS SOUTH AFRICA