/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/12bde82c-b1cc-4d21-b43c-0a8bd1901043/INDIA.jpg)
INDIA WIN
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াক পৰাজিত কৰি শৃংখলা দখল ভাৰতৰ। তিনিখনীয়া টী-২০ ক্ৰিকেট শৃংখলাৰ ১-২ৰ ব্যৱধানত এৰণ ফিন্স নেতৃত্বাধীন অষ্ট্ৰেলিয়াক হৰুৱাই শৃংখলা দখল ৰোহিত বাহিনীৰ।
অষ্ট্ৰেলিয়াই ভাৰতক বান্ধি দিয়া ১৮৭ ৰাণৰ লক্ষ্য ১৯.৫ অভাৰতে বিৰাট কোহলী আৰু সূৰ্য কুমাৰৰ অৰ্ধ শতকৰ সহায়ত বিজয় লক্ষ্যত উপনীত হয়।
মেচত ভাৰতৰ হৈ কোহলীয়ে ৬৩ আৰু সূৰ্য কুমাৰে ৬৯ ৰাণৰ বৰঙণি যোগোৱাৰ বিপৰীতে অনুৰাগীক নিৰাশ কৰি বেটিং ব্যৰ্থ অধিনায়ক ৰোহিত শৰ্মা আৰু অপেনাৰ কে এল ৰাহুল।