চাবস্ক্ৰাইব কৰক

0

  • Sign in with Email

By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.

Don’t have an account? Signup

  • Manage Subscription
  • Bookmarks
  • My Profile
  • Log Out
  • E-Paper
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • কনক্লেভ ২০২৪
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিনোদন
  • জীৱন শৈলী
  • স্বাস্থ্য
  • অর্থনীতি
  • সম্পাদনা মেজ
    • বিশেষ প্ৰতিবেদন
    • মোৰ মত
ad_close_btn
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিশেষ লেখা
  • অর্থনীতি
  • স্বাস্থ্য
  • জীৱন শৈলী

Powered by :

আপুনিসফলতাৰেনিউজলেটাৰতচাবস্ক্ৰাইবকৰিছে.
মুখ্য-পৃষ্ঠা ৰাষ্ট্ৰীয়

মাৰ্চ ত্ৰৈমাসিকত ১৩.৫ বিলিয়ন ডলাৰৰ কাৰেণ্ট একাউণ্ট উদ্বৃত্তৰ অভিলেখ

৫ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত (জানুৱাৰী–মাৰ্চ) ভাৰতত ১৩.৫ বিলিয়ন ডলাৰ, জিডিপিৰ ১.৩% কাৰেণ্ট একাউণ্ট উদ্বৃত্ত ৰেকৰ্ড কৰা হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে প্ৰকাশ কৰিছে এই প্ৰাৰম্ভিক তথ্য।

author-image
Asomiya Pratidin
28 Jun 2025 12:00 IST

Follow Us

New Update
WhatsApp Image 2025-06-28 at 11.59.42 AM

ডিজিটেল ডেস্কঃ ২৫ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত (জানুৱাৰী–মাৰ্চ) ভাৰতত ১৩.৫ বিলিয়ন ডলাৰ, জিডিপিৰ ১.৩% কাৰেণ্ট একাউণ্ট উদ্বৃত্ত ৰেকৰ্ড কৰা হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে প্ৰকাশ কৰিছে এই প্ৰাৰম্ভিক তথ্য।

Advertisment

উল্লেখযোগ্য যে, ২০২৪-২৫ চনৰ অক্টোবৰ-ডিচেম্বৰ ত্ৰৈমাসিকত ১১.৩ বিলিয়ন ডলাৰ বা জিডিপিৰ ১.১% ঘাটিৰ পৰা বৃদ্ধি পায় এই পৰিসংখ্যা লাভ কৰিছে। মূলতঃ বাণিজ্যিক ব্যৱধান অধিক হোৱাৰ বাবে আৰু বিগত বছৰৰ একেটা ত্ৰৈমাসিকত ৪.৬ বিলিয়ন ডলাৰ (জিডিপিৰ ০.৫%) উদ্বৃত্তৰ পৰা দ্ৰুত বৃদ্ধি লাভ কৰিছে।

ইফালে, আৰ বি আইৰ তথ্যই দেখুৱাইছে যে ব্যৱসায়িক সামগ্ৰীৰ ৰপ্তানি মধ্যমীয়া হোৱাৰ বিপৰীতে চতুৰ্থ ত্ৰৈমাসিকত উদ্বৃত্তৰ কাৰণ হৈছে শক্তিশালী সেৱা ৰপ্তানি আৰু প্ৰাথমিক আয় একাউণ্টত কম নিকা আউটগো। ব্যৱসায় আৰু কম্পিউটাৰ সেৱাৰ বৃদ্ধিৰ ফলত এবছৰৰ পূৰ্বে ৪২.৭ বিলিয়ন ডলাৰৰ তুলনাত নেট সেৱাৰ লাভ ৫৩.৩ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। তদুপৰি, বিদেশত বসবাস কৰা ভাৰতীয়সকলে প্ৰেৰণ কৰা ৰেমিটেন্স (ব্যক্তিগত স্থানান্তৰ) ৩১.৩ বিলিয়নৰ পৰা ৩৩.৯ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে।

যদিও সামগ্ৰীৰ বাণিজ্যত ঘাটি ৫২ বিলিয়নৰ পৰা ৫৯.৫ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে, তথাপি ২০২৫ বিত্তীয় বৰ্ষত ঘাটিৰ পৰিসৰ কমি ২৩.৩ বিলিয়ন ডলাৰ (জিডিপিৰ ০.৬%) হৈ পৰিছে, যি ২০২৪ বৰ্ষৰ ২৬ বিলিয়ন ডলাৰৰ (০.৭% GDP) তুলনাত উন্নত।

GDP
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক
logo

সম্পৰ্কিতপ্ৰবন্ধসমূহ
পৰৱৰ্তীপ্ৰবন্ধপঢ়ক
সর্বশেষ গল্পসমূহ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক

Powered by


Subscribe to our Newsletter!




Powered by
ভাষানিৰ্বাচনকৰক
assamese

এইপ্ৰবন্ধটোশ্বেয়াকৰক

যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।
তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব

ফেচবুক
টুইটাৰ
ৱাটছএপ

কপি কৰা হৈছে!