ভাৰত আৰু চীনৰ মাজত প্ৰত্যক্ষ বিমান সেৱা ছেপ্টেম্বৰৰ পৰা পুনৰ আৰম্ভ...

ভাৰত আৰু চীনৰ মাজত প্ৰত্যক্ষ বিমান সেৱা ছেপ্টেম্বৰৰ পৰা পুনৰ আৰম্ভ হ’ব।  পুনৰ আৰম্ভ হবলগীয়া এই সেৱাই দুয়োখন দেশৰ মাজত থকা সম্পৰ্ক অধিক টনকিয়াল কৰিব বুলি সদৰি কৰিছে দুয়োখন দেশে।

New Update
UJJD

ডিজিটেল ডেস্কঃ ভাৰত আৰু চীনৰ মাজত প্ৰত্যক্ষ বিমান সেৱা ছেপ্টেম্বৰৰ পৰা পুনৰ আৰম্ভ হ’ব।  পুনৰ আৰম্ভ হবলগীয়া এই সেৱাই দুয়োখন দেশৰ মাজত থকা সম্পৰ্ক অধিক টনকিয়াল কৰিব বুলি সদৰি কৰিছে দুয়োখন দেশে। ক’ভিড-১৯ আৰু ২০২০ৰ গালৱান সংঘৰ্ষৰ পিছত এই সেৱা বন্ধ হৈছিল।

Advertisment

কিন্তু শেহতীয়াকৈ ভাৰতীয় বিমান সংস্থা এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগোক চীনলৈ বিমান চলোৱাৰ প্ৰস্তুতিৰ নিৰ্দেশ দিয়া হৈছে। এই ঘোষণা চাংহাই সহযোগিতা সংস্থাৰ (এছচিঅ’) শীৰ্ষ সম্মেলনৰ সময়ত হ’ব পাৰে। য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চীন ভ্ৰমণ কৰিব। 

চীন-ভাৰত সম্পৰ্ক চীন