চাবস্ক্ৰাইব কৰক

0

  • Sign in with Email

By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.

Don’t have an account? Signup

  • Manage Subscription
  • Bookmarks
  • My Profile
  • Log Out
  • E-Paper
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • কনক্লেভ ২০২৪
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিনোদন
  • জীৱন শৈলী
  • স্বাস্থ্য
  • অর্থনীতি
  • সম্পাদনা মেজ
    • বিশেষ প্ৰতিবেদন
    • মোৰ মত
ad_close_btn
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিশেষ লেখা
  • অর্থনীতি
  • স্বাস্থ্য
  • জীৱন শৈলী

Powered by :

আপুনিসফলতাৰেনিউজলেটাৰতচাবস্ক্ৰাইবকৰিছে.
banner
মুখ্য-পৃষ্ঠা ৰাষ্ট্ৰীয়

ভাৰতত বন্ধ হ'ল পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ এক্স একাউণ্টত

মঙলবাৰে ভাৰতত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ এক্স একাউণ্টত বন্ধ কৰি দিয়ে কেন্দ্ৰীয় চৰকাৰে। পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত উৰাবাতৰি প্ৰচাৰ কৰাৰ বাবে মঙলবাৰে ভাৰত চৰকাৰে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ এক্স একাউণ্ট ব্লক কৰে। 

author-image
Asomiya Pratidin
29 Apr 2025 17:02 IST

Follow Us

New Update
ভাৰতত বন্ধ হ'ল পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ এক্স একাউণ্টত

ভাৰতত বন্ধ হ'ল পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ এক্স একাউণ্টত

ডিজিটেল ডেস্কঃ মঙলবাৰে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ এক্স একাউণ্টত বন্ধ কৰি দিয়ে কেন্দ্ৰীয় চৰকাৰে। পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত উৰাবাতৰি প্ৰচাৰ কৰাৰ বাবে মঙলবাৰে ভাৰত চৰকাৰে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ এক্স একাউণ্ট ব্লক কৰে। 

Advertisment

সোমবাৰে খোৱাজা আছিফে এক সাক্ষাৎকাৰত ভাৰতৰ সামৰিক আগ্ৰাসন সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শেহতীয়াকৈ টিভিৰ এক সাক্ষাৎকাৰত খোৱাজা আছিফে দাবী কৰিছিল যে পাকিস্তানৰ সেনাই ভাৰতীয় আক্ৰমণৰ সম্ভাৱনাৰ বিষয়ে চৰকাৰক অৱগত কৰিছিল।

বিগত সপ্তাহত স্কাই নিউজৰ সাক্ষাৎকাৰত আছিফক সুধিছিল যে, পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনসমূহক সমৰ্থন, প্ৰশিক্ষণ আৰু পুঁজি” দিয়াৰ দীৰ্ঘ ইতিহাস আছে নেকি? তেওঁ স্পষ্টভাৱে স্বীকাৰ কৰিছিল এই কথা। তেওঁৰ এই মন্তব্যৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতে ৰাষ্ট্ৰসংঘত এই বিষয়টো উত্থাপন কৰে। ইয়াৰ পূৰ্বে ভাৰতৰ বিষয়ে “মিছা, উচটনিমূলক আৰু সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ বিষয়বস্তু” প্ৰচাৰ কৰাৰ অভিযোগত ১৬টা পাকিস্তানী ইউটিউব চেনেল  ব্লক কৰিছিল আৰু লগতে বিবিচিয়ে পহলগাম আক্ৰমণৰ প্ৰতিবেদনত তীব্ৰ আপত্তি প্ৰকাশ কৰিছিল।

পহলগাম পাকিস্তান
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক
logo

সম্পৰ্কিতপ্ৰবন্ধসমূহ
পৰৱৰ্তীপ্ৰবন্ধপঢ়ক
সর্বশেষ গল্পসমূহ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক

Powered by


Subscribe to our Newsletter!




Powered by
ভাষানিৰ্বাচনকৰক
assamese

এইপ্ৰবন্ধটোশ্বেয়াকৰক

যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।
তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব

ফেচবুক
টুইটাৰ
ৱাটছএপ

কপি কৰা হৈছে!