/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-13/jrr8lf5f/4.jpg)
ডিজিটেল সংবাদ, ৰঙিয়া: ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত এটি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত মঙলবাৰে আবেলি অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এই সাংস্কৃতিক অনুষ্ঠানত বিদ্যালয়ৰ কেইবাগৰাকীও শিক্ষাৰ্থীৰ লগতে বিভিন্ন নৃত্য দলৰ অংশগ্ৰহণকাৰীয়ে দেশপ্ৰেমমূলক নৃত্য তথা নাট আদি প্ৰদৰ্শন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-13/ojshjg0l/de39c4b3-bfc6-41df-88cf-7837c2b19198.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-13/gdlgk5gu/b295d3a5-cb11-4b4b-b15a-0fe5f6e43e68.jpg)
ৰঙিয়া মহকুমা প্ৰশাসনে আয়োজন কৰা এই সাংস্কৃতিক অনুষ্ঠানত সহকাৰী আয়ুক্ত কৃতাঞ্জলী কাশ্যপে আদৰণি ভাষণ প্ৰদান কৰে। সাংস্কৃতিক অনুষ্ঠানত বনশ্ৰী দাস,মমী তালুকদাৰ আৰু নিহাৰ কাশ্যপৰ সংগীতৰ সুৰেৰে জীপাল কৰি তোলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-13/b01zdegj/324d444a-1961-4fcd-8ade-189f3e150bd1.jpg)
Also Read: নগাঁৱত ড্ৰাগছ সৰবৰাহকাৰী ৰূপত সাংবাদিক তথা শিক্ষক...