/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/16e1dac8-70df-4978-9e47-08a7ad8fd07d/ind_vs_aus.jpg)
ind vs aus 1st t20
ডিজিটেল ডেস্কঃ ক্ৰিকেট অনিশ্চিয়তাৰ খেল। তাক পুনৰ প্ৰমাণিত হ'ল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ প্ৰথম টী-২০ ত। ম'হালিত মুখ থেকেচা ৰোহিত বাহিনীৰ। ২০৯ ৰাণৰ লক্ষ্যলৈ আগবঢ়া অষ্ট্ৰেলিয়াই শেষ মুহুৰ্তত মেথিউ ৱেডৰ মেচ উইনিং ৪৫ ৰাণৰ সহায়ত অষ্ট্ৰেলিয়াই ৪ উইকেটৰ ব্যৱধানত জয়লাভ কৰে। কেমেৰুণ গ্ৰীণে ৬১ ৰাণৰ দৰ্শনীয় অৰ্ধ শতকৰে দলৰ জয়ত উল্লেখযোগ্য ভূমিকা পালন কৰে।
উল্লেখ্য যে ভাৰতৰ হৈ কে এল ৰাহুল আৰু অলৰাউণ্ডাৰ পাণ্ডিয়াই অৰ্ধ শতক অৰ্জন কৰাৰ উপৰি বলাৰ অক্ষৰ পেটেলে মেচ খনত ৩টা উইকেট দখল কৰে।