/asomiyapratidin/media/media_files/2025/05/27/kd2rlt42EVmB4GNdKz5h.jpg)
ডিজিটেল ডেস্কঃ ২০২৫-২৬বৰ্ষৰ আয়কৰ পৰিশোধৰ সময়সীমা বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় আয়কৰ বৰ্ড তথা কেন্দ্ৰীয় চৰকাৰৰ বিত্ত আৰু ৰাজহ বিভাগে সদৰি কৰিছে এই তথ্য। চলিত বিত্তীয় বৰ্ষৰ আয়কৰ পৰিশোধৰ সময়সীমা ৩১জুলাই, ২০২৫ৰ পৰা বৃদ্ধি কৰা হৈছে ১৫ছেপ্টেম্বৰ, ২০২৫লৈকে।
কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা হৈছে যে, শেহতীয়াকৈ ভিন্ন ক্ষেত্ৰ অহা পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।