New Update
/asomiyapratidin/media/media_files/2026/02/06/t4r34r3-2026-02-06-16-43-43.jpg)
- সোণাপুৰৰ মেফেয়াৰ স্প্রীং ভেলী ৰিজৰ্টত আয়কৰ বিভাগৰ অভিযান
- দীৰ্ঘদিনে ৰিজৰ্ট কৰ্তৃপক্ষই কৰ ফাঁকি দিয়াৰ অভিযোগ
- কৰ ফাঁকিৰে ব্যৱসায়িক সাম্রাজ্য বিস্তাৰ কৰাৰ অভিযোগ
- বিলাসী ৰিজৰ্টখনৰ স্বত্বাধিকাৰী হৈছে ৰতন শৰ্মা
- ৰতন শৰ্মাৰ GS ৰোডস্থিত অনিল প্লাজাৰ কাৰ্যালয়তো অভিযান আয়কৰ বিভাগৰ
- দুদিন পূৰ্বেও ৰতন শৰ্মাৰ ফটাশিলস্থিত বাসগৃহত চলিছিল অভিযান
- অভিযানত বহু বিস্ফোৰক তথ্য লাভ কৰিছে বুলি জানিব পৰা গৈছে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us