New Update
/asomiyapratidin/media/media_files/2025/08/03/q345-2025-08-03-17-15-01.jpg)
- কচুৱাৰ কান্দাপাৰাত দিন ডকাইতিৰ ঘটনা।
- মোবাৰক হুছেইন নামৰ যুৱকজনে ভনীয়েকৰ চিকিৎসাৰ বাবে নিয়া ধন কাঢ়ি নিয়ে দুৰ্বৃত্তই।
- এখন ই-ৰিক্সাৰ চালক মোবাৰক হুছেইনে জুৰিপাৰৰ পাৰৰ পৰা কচুৱালৈ আনিছিল ৩০ হাজাৰ টকা।
- কান্দাপাৰাত ই-ৰিক্সাখন বাট আগুচি ধৰি মোবাৰক হুছেইন মাৰধৰ কৰি ধনখিনি লৈ যায়।
- ঘটনাৰ সম্পৰ্কত মোবাৰক হুছেইনে কচুৱা থানাত আমিৰ উদ্দিন নামৰ এজনৰ বিৰুদ্ধে গোচৰ তৰিছে।
- আমিৰ উদ্দিন পূৰ্বেও বহু অপৰাধজনিত ঘটনাৰ লগত জড়িত থকাৰ অভিযোগ আছে।