/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
dangor khabar
ওদালগুৰিৰ পানেৰীত বন্যহস্তীৰ আক্ৰমণ।
হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু।
মৃত লোকজন বাগিচাৰ ১০ নং লাইনৰ মাংগৰা কাণ্ডুলনা বুলি চিনাক্ত।
খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছিল এজাক বনৰীয়া হাতী।
হাতীৰ জাকক খেদিবলৈ চাওতে সংঘটিত হয় এই ঘটনা।
ঘটনাস্থলীত উপস্থিত বন বিভাগ আৰু আৰক্ষীৰ লোক।
Also Read: যোৰহাট প্ৰিমীয়াৰ লীগ ক্ৰিকেট : ফাইনেলত যোৰহাট চুপাৰ জায়েণ্ট