New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
- বিশ্বনাথৰ বুঢ়ীগাং চুইছ গেটত অঘটন ৷
- সহপাঠীৰে গাধুবলৈ আহি সলিল সমাধি অনুৰাগ চেত্ৰী নামৰ ছাত্ৰজনৰ ৷
- বিশ্বনাথ চাৰিআলিৰ ডেফনি চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল অনুৰাগ ।
- অনুৰাগসহ বিদ্যালয়খনৰ কেইবাজনো ছাত্ৰ বিদ্যালয় কৰ্তৃপক্ষ আৰু অভিভাৱকৰ অজ্ঞাতে আহিছিল গাধুবলৈ ৷
- এতিয়াও উদ্ধাৰ হোৱা নাই মৃতদেহ ৷
- ঘটনাস্থলীত উপস্থিত আৰক্ষী ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us